Meaning : কোনো উদ্ভিদ ফুলেৰে সুশোভিত কৰি তোলা কার্য
Example :
বসন্ত কালে কিছুমান ফুল ফুলাই তোলে
Synonyms : ফুলাই তোলা
Meaning : ফুলা বা বিকশিত হোৱাত প্ৰবৃত্ত কৰা
Example :
কৃত্ৰিম পদ্ধতিৰে এই কলপুলিখিনি ফুলোৱা হৈছে
Synonyms : পৰিস্ফূট কৰা
Meaning : কোনো বস্তুৰ ভিতৰত বায়ু, তৰল পদার্থ আদিৰে হেচা প্রয়োগ কৰি বিস্তাৰিত কৰা
Example :
লʼৰাটোৱে বেলুন ফুলায় আছে