Meaning : যʼত ফুল ফুলি আছে
Example :
এই ফুলযুক্ত উদ্ভিদ জোপাই বাগিছাখনত শোভা বর্ধন কৰি আছে
Meaning : যʼত বুটা বা ফুল-পাত আদি কঢ়া বা তোলা হৈছে
Example :
চালমাই ভোজমেলত বহুত ধুনীয়া ৰঙা ৰঙৰ ফুলাম শাৰী পিন্ধি আছিল
Synonyms : ফুলাম
Meaning : ফুলৰ কাৰণে প্রসিদ্ধ উদ্ভিদ বিশেষ
Example :
বাগিছাত বহুত ধুনীয়া ধুনীয়া সপুষ্পক উদ্ভিদ আছিল
Synonyms : সপুষ্পক