Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো ঠাইৰ মাজৰ খালী অংশ
Example : সাপটো ফুটাটোৱেদি কোঠাটোত সোমাল
Synonyms : ছিদ্র, জলা, বিন্ধা, ৰন্ধ্র
Meaning : ছেদ কৰা কার্য
Example : গহনা পিন্ধিবৰ কাৰণে মহিলাসকলে নাক আৰু কাণত ফুটা উলিয়ায় লয়
Synonyms : ছেদন
Meaning : কোনো ধৰণৰ পাতলীয়া আৱৰণযুক্ত আৰু ভিতৰৰ ভাগ ফোপোলা বা কোনো কোমল বস্তুৰে ভৰি থকা বস্তু ফাটি যোৱা এক অৱস্থা
Example : এই ঢোলকটো ফুটি থাকিল
Synonyms : ফুটি থকা
Meaning : টান বা গোটা বস্তুৰ আঘাতত ভাঙি যোৱা কার্য
Example : কলহটো ফুটিল
Synonyms : ভগ্ন হোৱা
Meaning : ভৰি পৰাৰ বাবে আৱৰণ ফালি ওলাই অহা
Example : ফোঁহাটো ফুটিলে, এতিয়া সোনকালে শুকাই যাব
Install App