Subscribe
URL of the page has been copied to clipboard.
Meaning : কাণৰ ওচৰত লাহে-লাহে কোৱা কথা
Example : সিহঁত দুটাই ফুচফুচাই আছে
Synonyms : ফুচফুচ, ফুচফুচ ফাচফাচ, ফুচফুচোৱা-, ভুনভুননি
Meaning : ফুচফুচোৱা কার্য ্বা ভাব
Example : তেওঁলোক দুজনৰ ফুচফুচনি শুনি মোৰ অনিষ্ট হʼব বুলি ভয় হৈছে
Synonyms : ফুচ-ফাচ, ফুচ-ফুচ
Install App