Subscribe
URL of the page has been copied to clipboard.
Meaning : জুলীয়া পদার্থক ্ কোনো মিহি কাপোৰ, চাকনি আদিৰে সৰকাই দিয়া কার্য, ্ যাতে লেতেৰা, জাবৰ আদি তাত ৰৈ যায়
Example : মায়ে চাকনিৰে চাহ চাকিছে
Synonyms : চাকা, চালা
Meaning : পানী বা অন্য কোনো তৰল পদার্থত মিহলি হৈ থকা ময়লা তললৈ বহি যোৱা এক অৱস্থা
Example : খোৱা পানীত ফিটকিৰী দি পানী নিষ্কাশন কৰা হয়
Synonyms : নিষ্কাশন কৰা, পৰিষ্কাৰ কৰা, শোধন কৰা
Install App