Meaning : চৰাই, মাছ আদি ধৰিবলৈ সূতা, জৰী বা তাঁৰেৰে বিন্ধা ৰাখি ৰাখি ্ গুঁঠ্া এবিধ যতন
Example :
অৱশেষত চিকাৰীয়ে পাৰজাকক জালত পেলালে
Synonyms : জাল
Meaning : এক প্রকাৰৰ নিগনি ধৰা সজা
Example :
নিগনি ধৰা ফান্দত এটা নিগনি পৰিল
Synonyms : নিগনি ধৰা ফান্দ, নিগনি মৰা ফান্দ
Meaning : ৰচী, তাৰ আদিৰ এনে এক পাশ যʼত পৰিলে জীব বান্ধ খাই পৰে আৰু বান্ধোন টান হৈ গʼলে মৰিবও পাৰে
Example :
চিকাৰীয়ে শহাটোক ফান্দত পেলালে
Synonyms : পাশ