Subscribe
URL of the page has been copied to clipboard.
Meaning : হঠাৎ শ্্ব্দ কৰি ভাঙি বা ফাটি যোৱা কার্য
Example : অত্যধিক তাপৰ কাৰণে কাঁচখন ফাটি যোৱাৰ সম্ভাৱনা আছে
Synonyms : ফাট মেল
Meaning : কোনো দল বা মানুহৰ মাজত এজন আনজনৰ বিৰোধী হোৱা ভাব
Example : কৌৰৱ-পাণ্ডৱৰ মাজত বিভেদ সৃষ্টি কৰি প্রতিশোধ লোৱাই শকুনি মামাৰ উদ্দেশ্য আছিল
Synonyms : অনৈক্য, অমিল, বিভাজন, বিভেদ, ভেদ
Install App