Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বস্তু ফাটিলে হোৱা খালী ঠাই
Example : ভূমিকম্পৰ কাৰণে মাটিৰ ঠায়ে-ঠায়ে ফাঁট মেলিল
Synonyms : ফাঁট
Meaning : দুটা বিন্দুৰ মাজত থকা স্থান বা সময়
Example : কামৰ ফাঁকত তেওঁ ঘৰলৈ গʼল
Synonyms : অন্তৰাল, আঁৰ, গেপ, ব্যৱধান
Install App