Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ফলাহাৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

ফলাহাৰ   বিশেষ্য

Meaning : কেৱল ফলেৰে তৈয়াৰ কৰা খাদ্য পদার্থ

Example : নৱৰাত্রিৰ ব্রত ৰখা কিছুমান লোকে ন-দিনলৈকে কেৱল ফলাহাৰেই কৰে

ফলাহাৰ   বিশেষণ

Meaning : যʼত ফল লাগি আছে

Example : খেতিয়কজনে ফলাহাৰ গছজোপা পহৰা দি আছে

Meaning : ফলৰ কাৰণে বিশেষভাৱে প্রসিদ্ধ উদ্ভিদ

Example : ঘৰ সাজিবৰ কাৰণে তেওঁ ্ফলাহাৰ গছডাল কাটিলে

Synonyms : ফলদায়ী