Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word পৱন from অসমীয়া dictionary with examples, synonyms and antonyms.

পৱন   বিশেষ্য

Meaning : সমগ্র পৃথিৱীতে ব্যাপ্ত হৈ থকা আৰু প্রাণীয়ে উশাহ-নিশাহত ব্যৱহাৰ কৰা চকুৰে মনিব নোৱৰা কেৱল অনুভৱহে কৰিব পৰা এটা তৰপ:বায়ু অবিহনে জীয়াই থকা অসম্ভৱ

Example :

Synonyms : অগ্নিসখ, অনিল, গন্ধবহ, গন্ধবাহ, জগতায়ু, নভঃশ্বাস, বতাহ, বহ্নিমিত্র, বহ্নিসখ, বায়ু, মাতৰিশ্বা, মাৰুত, মৰুৎ, শ্্ব্দবহ, সদাগতি, সমীৰ, সমীৰণ, হাৱা