Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word পৰীক্ষা কৰা from অসমীয়া dictionary with examples, synonyms and antonyms.

পৰীক্ষা কৰা   ক্ৰিয়া

Meaning : যোগ্যতা, বিশেষত্ব, সামর্থ্য, গুণ আদি জানিবৰ কাৰণে পৰিশোধন সম্বন্ধীয় কাম কৰা বা কোনো বিশেষ কাম কৰা

Example : সোণাৰীজনে সোণৰ শুদ্ধতা পৰীক্ষা কৰি আছে

Synonyms : প্রমাণ কৰা, পৰীক্ষণ কৰা

Meaning : শৰীৰত কোনো ৰোগ আছে নে নাই অথবা যদি আছে তাৰ কাৰণ জানিবৰ কাৰণে চিকিৎসকে চোৱা কার্য

Example : চিকিৎসকে শুই থকা ৰোগীজনক পৰীক্ষা কৰিছে

Meaning : পৰীক্ষণৰ কাম কৰা কার্য

Example : পোন্ধৰখন বহীৰ পৰীক্ষা কৰা হʼল

Synonyms : নিৰীক্ষণ কৰা

Meaning : বিশেষভাৱে কোনো ৰোগ আদিৰ কাৰণ জানিবৰ কাৰণে কোনো শাৰীৰিক পদার্থক কোনো যন্ত্র, ৰাসায়নিক প্রক্রিয়া আদিৰ সহায়ত চোৱা-চিতা কৰা কার্য

Example : চিকিৎসকে গৱেষণাগাৰত তেজৰ পৰীক্ষা কৰিছে

Meaning : কোনো কামৰ বাবে ব্যক্তি বা বস্তু আদি যোগ্য হয় নে নহয় বিচাৰ কৰি চোৱা:তেওঁ ্ মোৰ কামৰ বাবে উপযুক্ত হয় নে নহয় এই সৰু কামটোৰ দ্বাৰা মই পৰীক্ষা কৰিছো

Example :

Synonyms : পৰখ কৰা