Subscribe
URL of the page has been copied to clipboard.
Meaning : একেখন ঘৰৰে মানুহ
Example : মোৰ পৰিয়ালৰ সকলোৱে একেলগে বহি খোৱা-বোৱা কৰে
Synonyms : আত্মীয়, ঘৰ, পৰিজন, পৰিবাৰ
Meaning : পিতৃ-মাতৃ আৰু সন্তানক লৈ গঠিত প্রার্থমিক সামাজিক একক
Example : চাকৰি পোৱাৰ পিছতেই তেওঁ নিজৰ মাক-দেউতাকক পাহৰি কেৱল নিজৰ পৰিয়ালৰ ওপৰত ধ্যান দিবলৈ ধৰিলে কৃষকজনে নিজৰ পুতেকহঁতক নিজৰ নিজৰ পৰিয়ালৰ ভাৰ উঠাবলৈ কʼলে
Install App