Subscribe
URL of the page has been copied to clipboard.
Meaning : হাঁহি ্হাঁহি কাৰোবাক নিন্দা কৰা ্বেয়া কোৱা কার্য
Example : নিজৰ বেছি কৰা স্বভাৱটোৰ কাৰণে তেওঁ সকলোৰে উপহাসৰ পাত্র হৈ পৰে
Synonyms : ইতিকিং, উপহাস, উপহাস্যতা, ঠাট্টা, পেংলাই, ভেঙুচালি
Meaning : অকাৰণ বা বিনা কাৰণৰ হাস্য বা হাঁহি
Example : কিছুমান লোকৰ উপহাস কৰাৰ স্বভাৱ থাকে
Synonyms : উপহাস
Install App