Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বিষয় বা কথাৰ অন্তিম বা চৰম সীমা
Example : কোনেও নিজৰ অধিকাৰৰ পৰিসীমা লংঘন কৰিব নালাগে
Meaning : যি ঠাইত সীমা শেষ হৈছে
Example : এই জুৰিটোৱেই মোৰ গাঁৱৰ শেষ সীমা
Synonyms : চৰমসীমা, শেষ সীমা, শেষসীমা, সীমান্ত
Meaning : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন
Example : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে
Synonyms : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিধি, পৰিবেষ্টন, পৰিবেষ্টনী, বেষ্টনি, বেৰণ, বেৰা, মেৰ
Install App