Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word পৰিষ্কাৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

পৰিষ্কাৰ   বিশেষ্য

Meaning : স্বচ্ছ আৰু শুদ্ধ কৰা কার্য

Example : কুঁ্ৱাৰ পানীত ৰঙা ঔষধ ঢালি তাৰ পৰিষ্কাৰ কৰা হʼল

Synonyms : পৰিশোধন

Meaning : স্বচ্ছ হোৱাৰ অৱস্থা বা ভাব

Example : পৰিষ্কাৰ বাচন-বর্তনৰ ্ পৰা বেমাৰ-আজাৰ নিবিয়পে

Synonyms : চাফা, নিকা, নি্র্মলত্া, শুদ্ধতা, স্বচ্ছতা

পৰিষ্কাৰ   বিশেষণ

Meaning : যʼত কোনো ময়লা বা কলুষতা নাই

Example : শুদ্ধ অন্তৰেৰে ঈশ্বৰক স্মৰণ কৰিব লাগেজুৰিৰ পানী নি্র্মল

Synonyms : অপংকিল, অপঙ্কিল, অমলিন, কলুষহীন, চাফা, নি্র্মল, পবিত্র, প্রাঞ্জল, বিমল, বিশুদ্ধ, শুদ্ধ, স্বচ্ছ

Meaning : শুদ্ধ বা ভ্রমহীনভাৱে দেখা পোৱা

Example : শিক্ষকজনে ব্লেকবʼর্ডত ্ পাচনতন্ত্রৰ ছবি স্পষ্টকৈ আঁকি বুজাই দিলে

Synonyms : জলজল পটপট, দেখদেখ, প্রকট, পৰিস্ফুট, ফটফটীয়া, স্পষ্ট, স্বচ্ছ

Meaning : যিটো ভালকৈ বুজা যায়

Example : এই কবিতাটোৰ ভাবটো স্পষ্ট নহয়

Synonyms : জলজল পটপট, স্পষ্ট