Meaning : যিয়ে দিয়াজনক পুনৰাই দিছে
Example :
ঘৰ সাজিবৰ কাৰণে মই যি ঋণ লৈছিলো সেইয়া এবছৰৰ ভিতৰতেই ঘূৰাই দিলোঁ
Synonyms : ঘূৰাই দিয়া
Meaning : মূল্য, দেনা আদিৰ পৰিশোধ কৰণ কার্য
Example :
বিদ্যুতৰ মাচুল পিছত পৰিশোধ কৰিব প্রথমে মোৰ ধাৰ পৰিশোধ কৰক