Subscribe
URL of the page has been copied to clipboard.
Meaning : যিটো স্পষ্ট ৰূপত দেখা পোৱা গৈছে
Example : সম্প্রতি অসমীয়া যুৱসমাজত পাশ্চাত্য সংস্কৃতিৰ প্রভাৱ বাৰুকৈয়ে পৰা পৰিলক্ষিত হৈছে
Meaning : যাৰ অৱলোকন কৰা হৈছে
Example : তেওঁ সকলো গোচৰিত দস্তাবেজ জ্যেষ্ঠ বিষয়ালৈ লৈ যায়
Synonyms : অক্ষিগত, অক্ষিত, অৱলোকিত, আলোকিত, ঈক্ষিত, গোচৰিত, দৃষ্ট, প্রেক্ষিত, লক্ষিত, ্পর্যবেক্ষিত
Install App