Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word পৰিভ্রমণ from অসমীয়া dictionary with examples, synonyms and antonyms.

পৰিভ্রমণ   বিশেষ্য

Meaning : কোনো ঠাই আদিৰ চাৰিওফালে ঘূৰা কার্য

Example : পৃথিৱীয়ে সূর্য্যৰ চাৰিওফালে প্রদক্ষিণ কৰাৰ ফলতেই দিন-ৰাতি হয়

Synonyms : প্রদক্ষিণ, পৰিক্রমণ, পৰিক্রমা, ভ্রমণ

Meaning : মন ভাল লগোৱা বা অনয্ কোনো কাৰণে পর্যটক স্থলী আদিত ঘূৰা-ফুৰা কার্য

Example : এই পর্যটক দলটোৱে সম্পূর্ণ ্ভাৰতবর্ষৰ পর্যটন কৰি ঘূৰি আহিছে

Synonyms : পর্যটন