Meaning : কোনো সামগ্রীৰ উপযুক্ত স্থানত থোৱা ক্রম
Example :
কোঠাটোৰ সকলোবোৰ বস্তু পৰিপাটি কৈ ৰাখি থোৱা আছিল
Synonyms : আটোমটোকাৰি, চিজিল
Meaning : যিটোৰ ভালদৰে ব্যৱস্থা কৰা হৈছে
Example :
তেওঁ খেলিমেলি হৈ থকা বস্তুবোৰ পৰিপাটি কৰিলে
Synonyms : নিয়াৰি, সুবিন্যস্ত, সুশৃংখলিত