Subscribe
URL of the page has been copied to clipboard.
Meaning : পূৰঠ হোৱাৰ পিছত খাবলৈ উপযোগী হোৱা অৱস্থা বা পক ধৰা
Example : তেওঁ ্ পকা আম খাই আছে
Synonyms : পকা
Meaning : কোনো কাম কৰাৰ বাবে যিজন বিশেষভাৱে যোগ্য
Example : অর্জুন ধনুবিদ্যাত নিপুণ আছিল
Synonyms : অভিজ্ঞ, অভ্যস্ত, কার্যকুশল, কুশল, দক্ষ, নিপুণ, পকা, পক্ক, পটু, পাকৈত, পার্গত, পাৰঙ্গত, প্রবীণ, বিচক্ষণ, সিদ্ধহস্ত
Meaning : পূর্ণ বিকশিত
Example : পৰিপক্ক মস্তিষ্কহে বিবেকৱান হʼব পাৰে
Synonyms : প্রৌঢ়
Meaning : অনুভৱ কৰিব পৰা বা যিয়ে কোনো কাম, বস্তু আদিৰ অনুভৱ কৰিব পাৰে
Example : এই কামটোৰ কাৰণে এজন অনুভবী ব্যক্তিৰ প্রয়োজন
Synonyms : অনুভবী
Install App