Meaning : নিয়মিত বা প্রায় গোলাকাৰ এক ধৰণৰ পথ যʼত কোনো বস্তু চলাচল কৰে
Example :
পৃথিৱীয়ে নিজৰ পৰিধিত ঘূৰে
Synonyms : কক্ষ
Meaning : ঘেৰি থকা কোনো ক্ষেত্র বা গোলাকাৰ বিস্তাৰ
Example :
তুমি এই পৰিধিৰ পৰা বাহিৰলৈ নাহিবা
Synonyms : মণ্ডল
Meaning : বৃত্তক ঘেৰি ৰখা গোলাকাৰ ৰেখা বা তাৰ দৈর্ঘ্যৰ জোখ
Example :
এই বৃত্তটোৰ পৰিধি হিচাপ কৰা
Synonyms : পৰিমণ্ডল, বৃত্ত পৰিধি, বৃত্ত সীমা