Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজন ব্যক্তিক ত্যাগ কৰা হৈছে
Example : ইয়াত পৰিত্যক্তসকলক আশ্রয় প্রদান কৰা হয়
Meaning : ব্যৱহাৰ কৰি বা কোনো অন্য কাৰণবশতঃ এৰা পদার্থ
Example : বেচেৰী বিধৱাজনীয়ে গোটেই জীৱন এৰেহাহে পায় থাকিল
Synonyms : উচিছষ্ট, এৰেহা
Meaning : এৰা অৱস্থা বা পৃথক কৰা
Example : তেওঁ নিজৰ পৰিত্যক্ত পত্নীক পুনৰ নিজৰ কৰি লʼলে
Install App