Subscribe
URL of the page has been copied to clipboard.
Meaning : নিজ কুলৰ লোক
Example : আত্মীয়ৰ কল্যাণৰ ভাবেৰে কাম কৰিলে সমাজৰ মংগল নহয়
Synonyms : আত্মীয়, কুটুম, কুটুম্ব
Meaning : একেখন ঘৰৰে মানুহ
Example : মোৰ পৰিয়ালৰ সকলোৱে একেলগে বহি খোৱা-বোৱা কৰে
Synonyms : আত্মীয়, ঘৰ, পৰিবাৰ, পৰিয়াল
Meaning : যি সম্বন্ধত নিজৰ কূলৰ অথবা পৰিয়ালৰ হয়
Example : মনোহৰজী মোৰ আপোন খুৰা
Synonyms : আত্মীয়, আপোন, স্বজন
Install App