Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বিশেষ দল বা শ্রেণীৰ সকলো লোকে পৰিধান কৰিবৰ কাৰণে নি্র্ধাৰিত কৰি দিয়া একে ৰঙৰ কাপোৰ বিশেষ
Example : ভাৰতবর্ষত পুলিচে খাকী পোছাক পৰিধান কৰে
Synonyms : ইউনি্ফর্ম, পোছাক
Meaning : পিন্ধা কাপোৰ
Example : আজি বিদ্যালয়ত সকলোৱে পৰম্পৰাগত পোচাক পৰিধান কৰিছে
Synonyms : কাপোৰ-কানি, পোচাক, পোচাক-পৰিচ্ছদ, বসন-ভূষণ, বস্ত্র, বেশ-ভূষা, সাজ-পাৰ, সাজ-পোচাক, সাজপাৰ
Install App