Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজন চিনা জনা হয়
Example : তাত মোৰ কেইবাজনো পৰিচিত ব্যক্তি উপস্থিত আছিল
Meaning : যিটো জনা বা চিনাকি
Example : তেওঁ ্ কেইজনমান পৰিচিত লোকৰ লগত ঘূৰি ঘূৰি সকলোকে নৱবর্ষৰ ্ শুভকামনা জনাইছে
Synonyms : চা-চিনাকি, চিনা-জনা, জনা-শুনা, জনাশুনা
Meaning : যাক ভালদৰে জনা যায়
Example : এই কথাটো মোৰ জ্ঞাত
Synonyms : জনা-শুনা, জ্ঞাত, প্রজ্ঞাত, পৰিজ্ঞাত, বিজ্ঞাত, বিদিত
Install App