Subscribe
URL of the page has been copied to clipboard.
Meaning : কি হʼব লাগে বা কি হোৱা উচিত সেইয়া নিজৰ মাজতে লগহৈ জনা কার্য
Example : প্রধানমন্ত্রীয়ে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে সকলো মন্ত্রীৰ পৰা পৰামর্শ বিচাৰিলে
Synonyms : দিহা-পৰামর্শ
Meaning : যি কথাৰ প্রতি কাৰোবাৰ মন আকর্ষিত হোৱা নাই সেই ফালে তেওঁৰ মনোযোগ অনাৰ কাৰণে কোৱা কোনো কথা
Example : এই বিষয়ে আপুনিও নিজৰ পৰামর্শ দিব পাৰে
Synonyms : মতামত, মন্তব্য, ্ৰায়
Install App