Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজন ব্যক্তি হাৰি গৈছে
Example : ৰজাই পৰাজিত সকলক বন্দী কৰালে
Synonyms : পৰাজিত ব্যক্তি
Meaning : যি হাৰি গৈছে
Example : পৰাজিত ৰজা পুৰুৱে আলেকজেণ্ডাৰৰ সন্মুখত শিৰ নত কৰা নাছিল
Synonyms : নির্জিত, পৰাভূত, পৰাস্ত, পৰাহত
Install App