Subscribe
URL of the page has been copied to clipboard.
Meaning : বাহু বা শৰীৰৰ বিশেষ ধৰণৰ বল যাৰ দ্বাৰা মানুহে কোনো ডাঙৰ কাম কৰিব পাৰে
Example : ভৰতৰ বাহুবলৰ অনুমান কোনোৱে কৰিব পৰা নাছিল
Synonyms : বাহুবল, শাৰীৰিক শক্তি
Meaning : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়
Example : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব
Synonyms : জোৰ, তেজ, বল, শকতি, শক্তি
Meaning : বীৰ হোৱা অৱস্থা বা ভাব
Example : ৰাণী লক্ষ্মীবাঈৰ বীৰত্ব জগত খ্যাত
Synonyms : বিক্রম, বীৰত্ব, শৌর্য, ্পৌৰুষ
Install App