Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word পৰা from অসমীয়া dictionary with examples, synonyms and antonyms.

পৰা   বিশেষ্য

Meaning : পৰা কার্য

Example : ছাদৰ পৰা তেওঁ ্পৰা কোনেও নেদেখিলে

পৰা   ক্ৰিয়া

Meaning : দুখ, কষ্ট আদি ওলাই অহা

Example : তেওঁৰ ওপৰত কিমান বিপদৰ ধমুহা পৰিল, তথাপি ্তেওঁ অলপো বিচলিত নহʼল

Meaning : বেমাৰ হৈ বিছনাত পৰি থকা

Example : ৰঘুনাথে কেবামাহো ধৰি বিছনাত পৰি আছে

Meaning : ৰাস্তাত হোৱা বা পথৰ মাজত পোৱা

Example : ৰাজনন্দ গাঁৱেৰে দুর্গলৈ যোৱাৰ মাজত শিৱনাথ নদী পৰে

Meaning : উৎপন্ন হোৱা

Example : আজি গাখীৰৰ ওপৰত মলাই পৰিল

Meaning : কোনো মূল্যৰ বিনিময়ত লাভ কৰা বা পোৱা

Example : এই গাড়ীখনত কিমান দাম পৰিল

Meaning : মূল্য অৱনমিত হোৱা বা কমি অহা

Example : আজিকালি সোণৰ দাম নামিছে

Synonyms : কমা, নমা

Meaning : আৱশ্যকতা হোৱা

Example : আমি মাজত কথা কʼবলৈনো কি গৰজ পৰিছে

Synonyms : গৰজ পৰা

Meaning : ওপৰৰ পৰা তললৈ অহা, যিটো দুর্ঘটন্া হিচাপে পৰিগণিত ???

Example : তেওঁ ্ চাঁদৰ পৰা পৰিল ঘটিৰ গাখীৰখিনি বাগৰি পৰিল

Synonyms : (বাগৰি পৰা, লুটি খাই পৰা)

Meaning : প্রবিষ্ট হোৱা

Example : ঘিউখিনিত চৰাইটো পৰিল

Meaning : মাজত আহি যোৱা কার্য

Example : এইটো আমাৰ মাজৰ কথা, তুমি ..... নোসোমাবা

Meaning : অভ্যাসত পৰিণত হোৱা এক অৱস্থা

Example : তেওঁৰ মদ ্খোৱাৰ গতত পৰিল

Meaning : এঠাইৰ পৰা পৰি বা উফালখাই যোৱা অথবা কোনো প্রকাৰে এঠাইৰ পৰা আন ঠাইত গৈ উপনীত হোৱা

Example : গছৰ তলত বহুত গুটি পৰি আছে

Meaning : কাৰোবাৰ ঘৰত নিষ্কর্মা হৈ পৰি থকা

Example : তেওঁ দিনৰ দিনটো ঘৰতে পৰি থাকে, একো কাম-বন নকৰে

Synonyms : পৰি থকা