Meaning : পৰম্পৰাবাদক মানি চলা ব্যক্তি
Example :
পৰম্পৰাবাদীসকলৰ সৈতে মোৰ কোনো মতবিৰোধ নাই
Meaning : পুৰণি ধ্যান-ধাৰণা মানি চলা ব্যক্তি
Example :
চহৰৰ তুলনাত গাঁৱত পৰম্পৰাবাদীৰ সংখ্যা অধিক
Synonyms : ৰুঢ়ীবাদী
Meaning : পৰম্পৰাবাদক মানি চলা
Example :
মই এটা পৰম্পৰাবাদী পৰিয়ালত ডাঙৰ-দীঘল হৈছোঁ