Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word পৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

পৰ   বিশেষ্য

Meaning : যাক আমি আপোন বুলি ভাবিব নোৱাৰোঁ

Example : নিস্বার্থ সেৱকে আপোন আৰু পৰৰ মাজত ভেদ সৃষ্টি নকৰে

Synonyms : অনাত্মীয়

Meaning : যি আপোন নহয়

Example : পৰক আপোন বুলি ভবাৰ বাবেই আমি মায়াৰ পাশত আৱদ্ধ হওঁ হিন্দু দর্শনে জগতখনক পৰ বুলি কৈছে

Synonyms : আনাত্মীয়

Meaning : নিজৰ আত্মীয় বা সমাজৰ বাহিৰৰ ব্যক্তি

Example : পৰ লোককো আদৰ কৰা উচিত

Synonyms : অনাত্মীয়

পৰ   বিশেষণ

Meaning : এটাক এৰি দি কোনোবা এটা

Example : বর্ধিত জনসংখ্যাৰ সমস্যাৰ সৈতে আন সমস্যাও থিয় হৈ দেখা দিছে

Synonyms : অইন, অন্য, অন্যান্য, আন, বেলেগ

Meaning : অন্যৰ সৈতে সম্পর্কিত

Example : পৰৰ কোনো বিষয়তে গুৰুত্ব দিয়া উচিত নহয় এইয়া লোকৰ সম্পত্তি

Synonyms : আনৰ, লোকৰ

Meaning : নিজৰ আত্মীয়-কুটুম্ব বা সমাজৰ বাহিৰৰ

Example : তেওঁ পৰৰ ্সহায়তা কৰি ভাল পায়

Synonyms : অন্য, অন্যৰ, আন, আনৰ, পৰৰ, লোকৰ