Meaning : কোনো ৰাস্তা আদিৰ সেই পাৰ যʼৰ পৰা মানুহ কোনো দিশে যাব পাৰি
Example :
প্রৱেশ দ্বাৰত ঘূৰোতেই মই মহেশক লগ পালোঁ
Meaning : যিখন দুৱাৰেদি ঘৰ আদিত প্রৱেশ কৰা হয়
Example :
তেওঁ প্রৱেশদ্বাৰত থিয় হৈ আগন্তুকক স্বাগত সম্ভাষণ জনায় আছিল
Synonyms : প্রৱেশ পথ, প্রৱেশদ্বাৰ
Meaning : কোনো ভৱন বা ঘেৰা আদিৰ সকলোতকৈ আগৰ বা বাহিৰৰ দুৱাৰ
Example :
দুর্গটোৰ এইখন মুখ্যদ্বাৰ
Synonyms : মুখ্য দুৱাৰ, মুখ্যদ্বাৰ