Meaning : পানীৰ ধাৰাত এৰি দিয়া
Example :
হিন্দুসকলে মৃতকৰ অস্থি নদীত বোৱাই দিয়ে
Synonyms : বোৱাই দিয়া
Meaning : দ্রৱ পদার্থক তলৰপিনে বৈ যোৱাত প্রবৃত্ত কৰা
Example :
লʼৰাটোৱে টেংকীত গোটখাই থকা পানীখিনি বোৱাই দিলে
Synonyms : বোৱাই দিয়া