Subscribe
URL of the page has been copied to clipboard.
Meaning : যিয়ে ছল বা ধূর্ত্্তাৰে আনৰ মালবস্তু লয়
Example : মোহন বহুত ডাঙৰ ঠগ, তাৰ পৰা বাচি থাকিবা
Synonyms : ঠগ, প্রবঞ্চক
Meaning : ঠগ-প্রৱঞ্চনা কৰোঁতা
Example : মোহন এজন প্রৱঞ্চক লোক , তেওঁৰ ্ পৰা সাৱধানে থাকিবা
Synonyms : কু-চক্রী, কূটিল, চক্রী, চতুৰ, ছলাহী, তঞ্চকী, দুৰাশয়, ধূর্ত্ত, প্রতাৰক, বঞ্চক, ভণ্ড, শলাল
Meaning : ঠগিবৰ বাবে কোনো প্রকাৰৰ মিছা অভিসন্ধি কৰা
Example : ঠগ ব্যক্তি সকলৰ পৰা সদায় সতর্ক হৈ থাকিব লাগে
Synonyms : ঠগ, ধূর্ত, প্রতাৰক, ্ছলনাকাৰী
Install App