Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word প্রৌঢ় from অসমীয়া dictionary with examples, synonyms and antonyms.

প্রৌঢ়   বিশেষ্য

Meaning : যৌৱন আৰু বৃদ্ধ অৱস্থাৰ মাজৰ সময়ছোৱাৰ ব্যক্তি

Example : এজন প্রৌঢ়লোকে দৌৰি যোৱা চোৰটোক ধৰিলে

Synonyms : আদবয়সীয়া, মধ্যবয়সীয়া, মধ্যবয়স্ক

প্রৌঢ়   বিশেষণ

Meaning : বৃদ্ধাৱস্থা আৰু যৌৱনকালৰ মাজৰ অৱস্থা

Example : আমাৰ অধ্যাপিকা এগৰাকী আদহীয়া মহিলা

Synonyms : আদহীয়া, মধ্যবয়সীয়া

Meaning : পূর্ণ বিকশিত

Example : পৰিপক্ক মস্তিষ্কহে বিবেকৱান হʼব পাৰে

Synonyms : পৰিপক্ক