Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word প্রেতাৱৰণ from অসমীয়া dictionary with examples, synonyms and antonyms.

প্রেতাৱৰণ   বিশেষ্য

Meaning : মৃতদেহৰ ওপৰত দিয়া বা মৃতদেহ মেৰিয়াই থোৱা কাপোৰ

Example : কেইজনমান লোকে বৃদ্ধাগৰাকীৰ মৃতদেহটো মৰচেওৰাৰে মেৰিয়াই আছে

Synonyms : কফন, মৰচেওৰা, শৱাচ্ছাদন