Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word প্রাৰম্ভিক from অসমীয়া dictionary with examples, synonyms and antonyms.

প্রাৰম্ভিক   বিশেষণ

Meaning : কোনো সময় বা ঘটনা আদিৰ আৰম্ভণিৰ সময়

Example : তেওঁ অনুষ্ঠানটোৰ প্রাৰম্ভিক প্রস্তুতিৰ কামত লাগি আছে

Synonyms : আৰম্ভিক, প্রাথমিক

Meaning : যাৰ আৰম্ভ হৈছে বা যি চলি আছে

Example : কিছুমান অসুবিধাৰ কাৰণে আৰম্ভ কৰা কামটো মাজতে বন্ধ কৰিব লগা হʼল

Synonyms : আৰম্ভ কৰা-, আৰম্ভক, আৰম্ভকাৰী, আৰম্ভণী, আৰম্ভণীয়