Subscribe
URL of the page has been copied to clipboard.
Meaning : অধিক পৰিমাণে
Example : শিক্ষাহীনতাৰ কাৰণে মানুহ বেছিকৈ অন্ধবিশ্বাসৰ বলি হয়
Synonyms : অধিকতঃ, অধিকাংশভাৱে, বেছিকৈ
Meaning : অতি সঘনাই
Example : কাশ্মীৰত বতৰ প্রায়েই ঠাণ্ডা হৈ থাকে
Synonyms : ঘনাই, ঘনেপতি, সঘনে
Install App