Subscribe
URL of the page has been copied to clipboard.
Meaning : দীঘল আৰু বহল সমতল ভূমি
Example : লʼৰা-ছোৱালীবোৰে পথাৰত খেলি আছে
Synonyms : ক্ষেত্র, পথাৰ, প্রাঙ্গণ, প্রাঙ্গন, ময়দান
Meaning : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র
Example : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে
Synonyms : দেশ, প্রদেশ, ৰাজ্য
Meaning : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
Example : এই কাঁহীখনৰ কাণটো বৰ পাতল
Synonyms : কাণ, কাষ, কিনাৰ, মূৰ
Install App