Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word প্রান্তৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

প্রান্তৰ   বিশেষ্য

Meaning : দীঘল আৰু বহল সমতল ভূমি

Example : লʼৰা-ছোৱালীবোৰে পথাৰত খেলি আছে

Synonyms : ক্ষেত্র, পথাৰ, প্রাঙ্গণ, প্রাঙ্গন, ময়দান

Meaning : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র

Example : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে

Synonyms : দেশ, প্রদেশ, ৰাজ্য

Meaning : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ

Example : এই কাঁহীখনৰ কাণটো বৰ পাতল

Synonyms : কাণ, কাষ, কিনাৰ, মূৰ