Subscribe
URL of the page has been copied to clipboard.
Meaning : দীঘল আৰু বহল সমতল ভূমি
Example : লʼৰা-ছোৱালীবোৰে পথাৰত খেলি আছে
Synonyms : ক্ষেত্র, পথাৰ, প্রাঙ্গণ, প্রান্তৰ, ময়দান
Meaning : ঘৰৰ আগফাল, মাজভাগ বা পাছফালে থকা আহল-বহল মুকলি অংশ:লʼৰা-ছোৱালীবোৰে চোতালত খেলি আছে
Example :
Synonyms : অংগন, আঙ্গিনা, চোতাল, মুক্তাঙ্গন
Install App