Subscribe
URL of the page has been copied to clipboard.
Meaning : দীঘল আৰু বহল সমতল ভূমি
Example : লʼৰা-ছোৱালীবোৰে পথাৰত খেলি আছে
Synonyms : ক্ষেত্র, পথাৰ, প্রাঙ্গন, প্রান্তৰ, ময়দান
Meaning : লʼৰা-ছোৱালী, খেলুৱৈ আদিয়ে খেলা পথাৰ
Example : আমাৰ বিদ্যালয়ৰ খেল-পথাৰখন বহুত ডাঙৰ
Synonyms : ক্রীড়াঙ্গন, খেল-পথাৰ
Install App