Subscribe
URL of the page has been copied to clipboard.
Meaning : নিজৰ মত প্রতিপাদন কৰিবৰ কাৰণে প্রমাণ সহকাৰে কোৱা কোনো কার্য
Example : বৈজ্ঞানিকে নিজৰ নতুন মতৰ প্রতিপাদন কৰিলে
Synonyms : উপস্থাপন, নিৰূপণ, প্রতিপাদন
Meaning : যোগ্যতা, বিশেষত্ব, সামর্থ্য, গুণ আদি জানিবৰ কাৰণে পৰিশোধন সম্বন্ধীয় কাম কৰা বা কোনো বিশেষ কাম কৰা
Example : সোণাৰীজনে সোণৰ শুদ্ধতা পৰীক্ষা কৰি আছে
Synonyms : পৰীক্ষণ কৰা, পৰীক্ষা কৰা
Install App