Subscribe
URL of the page has been copied to clipboard.
Meaning : * দুটা ৰাশিৰ মাজৰ এক বিশেষ বিষমতা বা প্রভেদ
Example : আয় আৰু ব্যয়ত অত্যধিক ব্যৱধানৰ বাবে বহুতো অসুবিধা হৈছে
Synonyms : অসমানতা, ব্যৱধান
Meaning : সমান নোহোৱা অৱস্থা বা ভাব
Example : এই দুয়োটা বস্তুৰ মাজত বহুত পার্থক্য আছে
Synonyms : অসমানতা, পার্থকয্, ভিন্নতা, ভেদ
Install App