Meaning : যʼত প্রভাৱ থাকে
Example :
তেওঁ ্প্রভাৱশালী কন্ঠেৰে এই কামটো আজিয়েই হʼব লাগিব বুলি কʼলে
Synonyms : শক্তিশালী
Meaning : নিজৰ কাম বা প্রভাৱ দেখুৱাওতা
Example :
এইটো চর্দি-কাহৰ প্রভাৱকাৰী ঔষধ
Synonyms : প্রভাৱকাৰী, প্রমাণী
Meaning : কিহবাৰ ওপৰত যি প্রভাৱ বিস্তাৰ কৰে
Example :
চহৰ আৰু গাঁৱত প্রৱল ৰাজনীতিয়ে হিংসাক প্রৰোচিত কৰিছে
Synonyms : প্রৱল
Meaning : প্রভাৱ বা প্রতিক্রিয়া দিওঁতা
Example :
এই ঔষধ বৰ প্রভাৱশালী এই দৰব বৰ প্রতিক্রিয়াশীল
Synonyms : প্রতিক্রিয়াশীল