Subscribe
URL of the page has been copied to clipboard.
Meaning : শক্তি, সন্মান, ভয়, আতংক বা কোনো বিশেষ কথাৰ পৰা পোৱা প্রসিদ্ধি
Example : এই এলেকাত ঠাকুৰ ৰণবীৰৰ প্রতিপত্তি আছে
Synonyms : প্রতিপত্তি, প্রভূত্ব
Meaning : কোনো বস্তু বা কথা অনুসৰি কৰা কার্যৰ ্পৰা হোৱা পৰিণাম বা ফল
Example : আজিকালিৰ যুৱকসকলৰ ওপৰত পাশ্চাত্য সভ্যতাৰ অত্যধিক প্রভাৱ পৰিলক্ষিত হৈছে
Synonyms : অনুৰাগ, আসক্তি, জেদ, টান, ধাউতি, প্রবৃত্তি, প্রৱণতা, মাইৰ, স্পৃহা
Install App