Subscribe
URL of the page has been copied to clipboard.
Meaning : কাৰোবাক আশস্ত কৰা বা আশা দিয়া কার্য
Example : মন্ত্রী মহোদয়ৰ পৰা আশ্বাস পাই মই নিশ্চিত হʼলোঁ
Synonyms : আশ্বাস, ভাৰসা
Meaning : দুখী লোকক ধৈর্য ধৰিবলৈ কোৱা বা দিয়া কার্য
Example : ঘৰত চোৰ হোৱাৰ পিছত খবৰ লʼবলৈ অহাসকলে মহাজনক সান্ত্ব্্না দি আছিল
Synonyms : বুজনি, বুজনি-সুজনি, বুজনি-সুতনি, সান্ত্ব্্না, সুতনি, ্চেঁচনি, ্চেঁচনি-বুজনি
Install App