Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word প্রধান শিক্ষক from অসমীয়া dictionary with examples, synonyms and antonyms.

প্রধান শিক্ষক   বিশেষ্য

Meaning : প্রধান শিক্ষকৰ পদবী

Example : মই প্রধান শিক্ষকৰ কাৰণে সাক্ষাৎকাৰ দিবলৈ গৈ আছো

Synonyms : প্রধান আচার্য, ্হেড মাষ্টৰ

Meaning : যাৰ অধীনত সকলো প্রাধ্যাপক আৰু প্রাধ্যাপিকাই কাম কৰে

Example : অধ্যক্ষই বন্তি প্রজ্বলন কৰি বার্ষিক মহোৎসৱৰ শুভাৰম্ভ কৰিলে

Synonyms : অধ্যক্ষ

Meaning : বিদ্যালয়ৰ গুৰিয়াল শিক্ষক

Example : গণতন্ত্র দিৱসত আমাৰ বিদ্যালয়ৰ প্রধান শিক্ষকে পতাকা উত্তোলন কৰিছিল

Synonyms : প্রধান অধ্যাপক, প্রধান আচার্য, মুখ্য-অধ্যাপক, হেডপণ্ডিত, হেডমাষ্টৰ

Meaning : কোনো বিদ্যালয়ৰ শিক্ষকসকলৰ প্রধান

Example : পণ্ডিত ৰাম মনোহৰদেৱ এই বিদ্যালয়ৰ প্রধান শিক্ষক

Synonyms : প্রধান অধ্যাপক, প্রধান আচার্য, প্রিন্সিপাল, হেড পণ্ডিত, হেড মাষ্টৰ, ্হেডমাষ্টাৰ