Subscribe
URL of the page has been copied to clipboard.
Meaning : এজন ৰজা বা ৰাণীৰ দ্বাৰা শাসিত অঞ্চল
Example : মোগলকালীন যুগত ভাৰতবর্ষ সৰু-সৰু ্ৰাজ্যত বিভক্ত আছিল
Synonyms : ৰাজ্য
Meaning : কোনো প্রদেশত বসবাস কৰা লোক
Example : সমগ্র ৰাজ্য মুদ্রাস্ফীতিৰ কাৰণে বিবুধিত পৰিছে
Synonyms : প্রান্ত, ৰাজ্য
Meaning : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র
Example : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে
Synonyms : দেশ, প্রান্তৰ, ৰাজ্য
Meaning : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
Example : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
Synonyms : ক্ষেত্র, জেগা, ঠাই, থল, থান, ভূমি, স্থল, স্থান
Meaning : স্বায়ত্ব অঞ্চলৰ শাসনৰ দ্বাৰা সন্মিলিত হোৱা লোক-সমষ্টি ................???
Example : ৰাজ্য আয়কৰ বৃদ্ধি কৰি দিলে
Install App