Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word প্রত্যয় from অসমীয়া dictionary with examples, synonyms and antonyms.

প্রত্যয়   বিশেষ্য

Meaning : ব্যাকৰণত কোনো ধাতু বা প্রাতিপদিকৰ পিছত যোগত লগ হৈ নতুন অর্থযুক্ত শ্্ব্দ গঠন কৰা সর্গ

Example : নমনীয়ৰ লগত তা প্রত্যয় যোগ কৰি নমনীয়তা বনোৱা হয়

Meaning : এনেকুৱাই হʼব বুলি নিশ্চিত কৰা

Example : বিশ্বাসৰ ওপৰতে দুনীয়া বর্তি আছে ভগৱানৰ ওপৰত ভৰসা ৰাখক, আপোনাৰ হেৰোৱা লʼৰা বিচাৰি পাব

Synonyms : আস্থা, প্রতীতি, বিশ্বাস, ভৰসা, সঁ্জাত, সঞ্জাত

Meaning : ভাল স্বভাৱ-চৰিত্রৰ, ভাল মনৰআৰু ঠগ, কপটতা নথকা ভাব

Example : অবিনাশে সকলো কামেই বিশ্বাস সহকাৰে কৰে

Synonyms : আস্থা, প্রতীতি, বিশ্বাস, ভৰসা, সঁ্জাত, সঞ্জাত