Meaning : যিজনে কাৰোবাৰ প্রতীক্ষা কৰে
Example :
প্রতীক্ষক সকলে দুঘণ্টা ধৰি নেতাজীৰ অপেক্ষা কৰিলে
Synonyms : অপেক্ষক
Meaning : প্রতীক্ষা কৰোতা
Example :
প্রতীক্ষাৰত ব্যক্তিজনে এঘণ্টা আপোনাৰ প্রতীক্ষা কৰি গুচি গʼল
Synonyms : অপেক্ষাৰত, প্রতীক্ষাৰত